black holeBlack Hooded Oriole

Black Hole Tragedy (English) [ IPA: ˈblæk ˈhoʊl ˈtrædʒədiː ASM: ব্লেক হ’ল ট্ৰেজেডি]
Contributed by: Aklantika Saikia on 2010-02-03
1. (Abstract Noun) The Black Hole of Kolkata was the guard room in the old Fort William, at Kolkata, India where troops of the Nawab of Bengal, Siraj ud-Daulah, held British prisoners of war after the capture of the Fort on June 19, 1756. British Surgeon John Zephaniah Holwell claimed that following the fall of the fort, British and Anglo-Indian soldiers and civilians were held overnight in conditions so cramped that many died from suffocation, heat exhaustion and crushing. He claimed that 123 prisoners died out of 146 prisoners held. Doubt has been cast on both the numbers alleged and on whether the incident happened at all, and some modern historians have suggested the incident was fabricated by Holwell as a piece of propaganda to blacken the image of Siraj. বুৰঞ্জীৰ কুখ্যাত ঘটনা বিশেষ৷ বংগৰ নৱাব চিৰাজউদ্দৌলাই ১৭৫৬ খ্ৰীষ্টাব্দত কাচিম বজাৰত থকা ইংৰাজৰ কোঠ জয় কৰি কলকতালৈ যায়; ১৭০ জন ইংৰাজ সৈন্যই চিৰাজউদ্দৌলাক বাধা দিব নোৱাৰি বন্দী হয়; ইয়াৰে ১৪৬ জন বন্দীক বতাহ সোমাব নোৱৰা সৰু কোঠা এটাত বন্দী কৰি ৰখা হয়; তাত উশাহ-নিশাহ ল’ব নোৱাৰি ১২৩ জনৰ মৃত্যু হয়; এই ঘটনাকে অন্ধকুপ হত্যা বুলি জনা যায়; অৱশ্যে সেই সময়ৰ ইংৰাজ সৈন্য বাহিনীৰ বিষয়া জন জেফানিয়া হলৱেলৰ এই বৰ্ণনাক বহুতো বুৰঞ্জীবিদে এইয়া হলৱেলৰ চিৰাজক বদনাম কৰাৰ প্ৰয়াস বুলি সন্দেহ কৰে; উত্স: হেমকোষ, ৱিকিপেডিয়া